প্ৰাণীৰ প্ৰতি অত্যাচাৰ সজ্য নহল তিলমাত্ৰও ৰাস্তাৰ কুকুৰক কাটি গুচি গল পুলিচ কৰ্তিপক্ষক জনোৱা হল ধৰা নপৰে কেতিযাও দুৰ্বিত্ত আমাৰ আত্মা যেনে কুকুৰৰো তেনে! আমি মুণ্ডন কৰি প্ৰতিবাদ কৰিছোঁ আজি প্ৰভু! নিমাত প্ৰাণীৰ ভাল দিন কেতিয়া আহিব?

 প্ৰাণীৰ প্ৰতি অত্যাচাৰ

সজ্য নহল তিলমাত্ৰও

ৰাস্তাৰ কুকুৰক কাটি গুচি গল

পুলিচ কৰ্তিপক্ষক জনোৱা হল

ধৰা নপৰে কেতিযাও দুৰ্বিত্ত

আমাৰ আত্মা যেনে

কুকুৰৰো তেনে!

আমি মুণ্ডন কৰি 

প্ৰতিবাদ কৰিছোঁ আজি

প্ৰভু! নিমাত প্ৰাণীৰ 

ভাল দিন 

কেতিয়া আহিব?