आज खैरि ले रामु लाई लिएर आएछ।रामु पैट्रोल डिपू को छेउ मा संजीब डेका को दोकान अगाढि दिनभरि बसि रहन्छ।खाना कहिले हामी र कहिले अरूले दिन्छन।राति संजीब डेका ले दोकान मा भित्र बन्द गरेर जान्छ।बिहान छाँड़ै आउनु पर्छ।डेका ले दोकान खोलने साथै उ सुसु र आका गररे आउँछ ।एकपटक Assam bandha मा डेका दुई दिन दोकान आउन सकेनछ।उसके रिसले समान टोकेर खतम।तर सु सु र आका गरेन रे दोकान भित्र यसको vaccination मैले गरि दिएँ ।इनिहरु 5 वोटा को एउटा ग्रुप छ।त्यसमा कालू ख़तरा।राति मदिरा खाएर आएका हरू लाई टोकेको निकै इतिहास छ ।एकपटक राति म गएर सांत ग्ँरे।
रामु second floor मेरो घर मा कहिले आएको थाहा छैन।आज ख़ैरि ले उनीहरुको घर मा बिहे छ भनेर बोलाए जस्तो छ।देखेर म छक्क परेँ। सानी र शीला लाई बोलाएँःशीला ले दुवै लाई दूध दिई।खाए मस्ती ले । आज सायद रामु डेका को दोकान भित्र जाने बिचार मा छैन ।
আপোনাৰ গুৱাহাটীত ঘৰ/ফ্লেট আছেনে?
হয়, এতিয়াৰ দিনত আপোনাক প্ৰশ্নৱান,
যেনিবা আপুনি কিবা ডাঙৰ পাপ হে কৰিছে,
নোসোধে আপোনাৰ ঘৰৰ আশু আৰোগ্য,
জানিব নিবিচাৰে আপোনাৰ আৰ্থিক সমস্যা,
প্ৰশ্ন কৰে মিত্ৰগণে লগ পালেই?
আপোনাৰ গুৱাহাটীত ঘৰ/ফ্লেট আছেনে?
শব্দই মানুহৰ প্ৰাণ ,উৎসাহ আৰু বিষাদ,
আপুনি ইয়াক লয়বা কেনেকৈ,
আপুনি অৱসাদত ভুগিব পাৰে,
আপোনাৰ এশ এবুৰি সমস্যা,জানিব নিবিচাৰে,
প্ৰশ্ন কৰে লগ পালেই,
আপোনাৰ গুৱাহাটীত ঘৰ/ফ্লেট আছেনে?
আপুনি সম্ভৱ আত্মা আৰু পৰমাত্মা জানে,
"ব্ৰহ্ম সত্য জগত মিথ্যা"ও জানে,
কিনো আছে জীৱনত?পৈত্রিক জন্মস্থান ও আছে,
তাতেই তো চিৰনিদ্ৰা লব পাৰে,
সামৰ্থ থাকিলে ৰাজধানীত ও গৃহ লব পাৰে,
যদি নোৱাৰে কিন্তু প্ৰশ্নৱানৰ প্ৰহাৰ পৰিব পাৰে,
আপোনাৰ গুৱাহাটীত ঘৰ/ফ্লেট আছেনে?
লৰা -ছোৱালী,আপোনজন আৰু মিত্ৰগণ,
যিসকলৰ বাসস্থান ৰাজধানীত,
তেখেতসকল যেনিবা চিন্তিত আপোনাৰ বাবে,
বহুত বিকল্প দিব,ঠাই দেখুৱাব,আগ্ৰহ জনাব,
আপোনাৰ ঋণৰ বোজা নাজানে সুধিগণে,
আপোনি বিষণ্ণ হৈ সামাজিক দূৰত্বৰ পিনে,
মন নামাৰিব,আঁঠুৱা চাই ঠেং মেলিব,
কিন্তু আপুনি পায়েই থাকিব প্ৰশ্ন বাণ,
আপোনাৰ গুৱাহাটীত ঘৰ/ফ্লেট আছেনে?
Purushottam Upadhyaya
Guwahati
16/4/21
যেনিবা আপুনি কিবা ডাঙৰ পাপ হে কৰিছে,
নোসোধে আপোনাৰ ঘৰৰ আশু আৰোগ্য,
জানিব নিবিচাৰে আপোনাৰ আৰ্থিক সমস্যা,
প্ৰশ্ন কৰে মিত্ৰগণে লগ পালেই?
আপোনাৰ গুৱাহাটীত ঘৰ/ফ্লেট আছেনে?
শব্দই মানুহৰ প্ৰাণ ,উৎসাহ আৰু বিষাদ,
আপুনি ইয়াক লয়বা কেনেকৈ,
আপুনি অৱসাদত ভুগিব পাৰে,
আপোনাৰ এশ এবুৰি সমস্যা,জানিব নিবিচাৰে,
প্ৰশ্ন কৰে লগ পালেই,
আপোনাৰ গুৱাহাটীত ঘৰ/ফ্লেট আছেনে?
আপুনি সম্ভৱ আত্মা আৰু পৰমাত্মা জানে,
"ব্ৰহ্ম সত্য জগত মিথ্যা"ও জানে,
কিনো আছে জীৱনত?পৈত্রিক জন্মস্থান ও আছে,
তাতেই তো চিৰনিদ্ৰা লব পাৰে,
সামৰ্থ থাকিলে ৰাজধানীত ও গৃহ লব পাৰে,
যদি নোৱাৰে কিন্তু প্ৰশ্নৱানৰ প্ৰহাৰ পৰিব পাৰে,
আপোনাৰ গুৱাহাটীত ঘৰ/ফ্লেট আছেনে?
লৰা -ছোৱালী,আপোনজন আৰু মিত্ৰগণ,
যিসকলৰ বাসস্থান ৰাজধানীত,
তেখেতসকল যেনিবা চিন্তিত আপোনাৰ বাবে,
বহুত বিকল্প দিব,ঠাই দেখুৱাব,আগ্ৰহ জনাব,
আপোনাৰ ঋণৰ বোজা নাজানে সুধিগণে,
আপোনি বিষণ্ণ হৈ সামাজিক দূৰত্বৰ পিনে,
মন নামাৰিব,আঁঠুৱা চাই ঠেং মেলিব,
কিন্তু আপুনি পায়েই থাকিব প্ৰশ্ন বাণ,
আপোনাৰ গুৱাহাটীত ঘৰ/ফ্লেট আছেনে?
Purushottam Upadhyaya
Guwahati
16/4/21
ভাল দিনৰ ৰেঙণি
পথৰুৱা পাঁচটা কুকুৰৰ দাদা কালু আৰু ৰামু,
ইহঁত দুষ্ট আৰু হিংস্ৰ ও আছিল,
বহুত কষ্টেৰে বন্ধুত্ব গঢ়িলো,
গাখীৰ ভাত খাই পুষ্ট আৰু মৰমলগা।
মাজে মাজে পেলুৰ দৰব আদি ও দিওঁ,
আমাক দেখিলেই দৌৰ মাৰি আহে।
ৰাস্তাৰ ওচৰতে বিলাতী মদৰ বিপনী খুলিল,
তাৰ আলমত সৰু এটি মাংসৰ নতুন দোকান,
মানুহে খাই ফিটিং হৈ ইহঁতক মাংস টুকুৰা দিয়ে,
এতিয়া ইঁহতাৰ মস্তি,আবেলি তাতে জুম পাতে,
মানুহ বোলা প্ৰাণীৰ কথা পাতে চাগে।
আমাৰ ওপৰত ইঁহতাৰ মোহ কম হৈ গল,
মোক দেখি নেজ জোকাৰিলেও
গাখীৰ ভাতৰ আগ্ৰহ নাই এতিয়া
দিনৰ পৰিৱৰ্তন ,লগতে খাদ্যৰ ও।
মনে মনে ইহঁতে কয় চাগে,
এয়াই ভাল দিনৰ ৰেঙণি।
পুৰুষোত্তম উপাধ্যায়
বেলতলা, গুৱাহাটী।
ইহঁত দুষ্ট আৰু হিংস্ৰ ও আছিল,
বহুত কষ্টেৰে বন্ধুত্ব গঢ়িলো,
গাখীৰ ভাত খাই পুষ্ট আৰু মৰমলগা।
মাজে মাজে পেলুৰ দৰব আদি ও দিওঁ,
আমাক দেখিলেই দৌৰ মাৰি আহে।
ৰাস্তাৰ ওচৰতে বিলাতী মদৰ বিপনী খুলিল,
তাৰ আলমত সৰু এটি মাংসৰ নতুন দোকান,
মানুহে খাই ফিটিং হৈ ইহঁতক মাংস টুকুৰা দিয়ে,
এতিয়া ইঁহতাৰ মস্তি,আবেলি তাতে জুম পাতে,
মানুহ বোলা প্ৰাণীৰ কথা পাতে চাগে।
আমাৰ ওপৰত ইঁহতাৰ মোহ কম হৈ গল,
মোক দেখি নেজ জোকাৰিলেও
গাখীৰ ভাতৰ আগ্ৰহ নাই এতিয়া
দিনৰ পৰিৱৰ্তন ,লগতে খাদ্যৰ ও।
মনে মনে ইহঁতে কয় চাগে,
এয়াই ভাল দিনৰ ৰেঙণি।
পুৰুষোত্তম উপাধ্যায়
বেলতলা, গুৱাহাটী।
আহক নিৰ্বাচন প্ৰতিবছৰে ।
ই আহক প্ৰতিবছৰে,
দেউতাৰ,
গাঁৱৰ তৌজি মাটি এডোখৰত জন্ম,
কিমান যে বছৰ হল ,মিয়াদি নহল,
দেউতাই নোৱাৰিলে মিয়াদি কৰিব,
ৰঙা ফিতাৰ মেৰপাক আৰু ধনৰ অভাৱ,
তেখেত বৈকুণ্ঠগামী হল তৌজি মাটিতে।
আশা পূৰণ নহল।
এইবাৰ নিৰ্বাচন,মাটিৰ পাট্টা হব,
ততাতৈয়াকৈ নাম ভুল লিখা হলেও
মিয়াদি পাট্টা এটি পালোঁ।
দাগ নম্বৰ আছে পাট্টা নম্বৰ নাই,
ততাতৈয়াকৈ বনাব লগীয়া হল হেনো।
জন্ম মোৰো তৌজি মাটিত ,
এতিয়া মৃত্যু হব মিয়াদি মাটিত,
মন প্ৰফুল্লিত, কিন্তু দেউতা মনত পৰে।
নিৰ্বাচন আহক প্ৰতিবছৰে,
আৰু এডোখৰা মাটি মিয়াদি হব,
বেংকৰ পৰা ঋণ লৈ কিছু কাম কৰিম
ছোৱালী জনীয়ে কলে,
বাবা মিয়াদি মাটি থাকিলে
উচ্চ শিক্ষাৰ বাবে ঋণ পাম,
তাই ও ফুৰ্তিত।
আহক নিৰ্বাচন প্ৰতিবছৰে।
পুৰু
গুৱাহাটী।
13/4/21
দেউতাৰ,
গাঁৱৰ তৌজি মাটি এডোখৰত জন্ম,
কিমান যে বছৰ হল ,মিয়াদি নহল,
দেউতাই নোৱাৰিলে মিয়াদি কৰিব,
ৰঙা ফিতাৰ মেৰপাক আৰু ধনৰ অভাৱ,
তেখেত বৈকুণ্ঠগামী হল তৌজি মাটিতে।
আশা পূৰণ নহল।
এইবাৰ নিৰ্বাচন,মাটিৰ পাট্টা হব,
ততাতৈয়াকৈ নাম ভুল লিখা হলেও
মিয়াদি পাট্টা এটি পালোঁ।
দাগ নম্বৰ আছে পাট্টা নম্বৰ নাই,
ততাতৈয়াকৈ বনাব লগীয়া হল হেনো।
জন্ম মোৰো তৌজি মাটিত ,
এতিয়া মৃত্যু হব মিয়াদি মাটিত,
মন প্ৰফুল্লিত, কিন্তু দেউতা মনত পৰে।
নিৰ্বাচন আহক প্ৰতিবছৰে,
আৰু এডোখৰা মাটি মিয়াদি হব,
বেংকৰ পৰা ঋণ লৈ কিছু কাম কৰিম
ছোৱালী জনীয়ে কলে,
বাবা মিয়াদি মাটি থাকিলে
উচ্চ শিক্ষাৰ বাবে ঋণ পাম,
তাই ও ফুৰ্তিত।
আহক নিৰ্বাচন প্ৰতিবছৰে।
পুৰু
গুৱাহাটী।
13/4/21
কেতিয়া ফুলিবা তুমি?
ৰৈ আছোঁ মই,
ফুলি উঠা দিনতেই,
তুলি লৈ তোমাক
গোজি দিন প্ৰেয়সীৰ খোপাত,
বিয়পিব সুবাস অবিৰল,
সুগন্ধিময় হব ধৰাতল।
কিয় ৰৈ আছা ?
সোনকালে ফুলি উঠা।
সুপ্ৰভাত।
ফুলি উঠা দিনতেই,
তুলি লৈ তোমাক
গোজি দিন প্ৰেয়সীৰ খোপাত,
বিয়পিব সুবাস অবিৰল,
সুগন্ধিময় হব ধৰাতল।
কিয় ৰৈ আছা ?
সোনকালে ফুলি উঠা।
সুপ্ৰভাত।
Subscribe to:
Posts (Atom)


