কেতিয়া ফুলিবা তুমি?

ৰৈ আছোঁ মই,
ফুলি উঠা দিনতেই,
তুলি লৈ তোমাক
গোজি দিন প্ৰেয়সীৰ খোপাত,
বিয়পিব সুবাস অবিৰল,
সুগন্ধিময় হব ধৰাতল।
কিয় ৰৈ আছা ?
সোনকালে ফুলি উঠা।
সুপ্ৰভাত।